কণ্ঠলিপিঅসমীয়া · English লিখন ষ্টুডিঅ’
অনলাইন সাজু
শব্দ ০আখৰ ০অনুচ্ছেদ ০স্বয়ংক্ৰিয়ভাৱে সংৰক্ষিত হয়

ছেটিংছ

অফলাইন ইঞ্জিন

এই ডিভাইচতে চলা অসমীয়া–ইংৰাজী চিনাক্তকৰণ। বিনামূলীয়া, চাবি নালাগে, কণ্ঠ ডিভাইচৰ বাহিৰলৈ নাযায়। এবাৰ ডাউনল’ড কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে।

অফলাইন ইঞ্জিন
AI4Bharat ইঞ্জিন
–

মডেল: IndicConformer (AI4Bharat), ONNX ৰূপান্তৰ AAII, CC-BY-4.0। Hugging Face-ৰ পৰা এবাৰ ডাউনল’ড হৈ এই ব্ৰাউজাৰত থাকে।

–

মডেল: Shruti (Udgam Labs, Apache-2.0), ONNX Runtime Web (Microsoft, MIT)-ত চলে।

নথিসমূহ

সহায়

কণ্ঠেৰে লিখক

  • অফলাইন: এই ডিভাইচতে চলে; বিনামূলীয়া, ইণ্টাৰনেট নালাগে। অসমীয়া, ইংৰাজী আৰু মিহলি কথা। ছেটিংছত দ্বিতীয় ইঞ্জিন (AI4Bharat) আৰু “দুয়োটা ইঞ্জিন” বাছিব পাৰি।
  • লাইভ: ব্ৰাউজাৰৰ নিজা চিনাক্তকৰণ; ইংৰাজীৰ বাবে ভাল; ইণ্টাৰনেট লাগে।
  • অনলাইন AI: Gemini; অসমীয়াৰ বাবে আটাইতকৈ শুদ্ধ; বিনামূলীয়া চাবি লাগে।
  • মোৰ কণ্ঠ পৰীক্ষা: কেইটামান বাক্য পঢ়ক; কোনটো ইঞ্জিনে আপোনাৰ কণ্ঠ ভালকৈ বুজে আৰু মাইক কিমান সংবেদনশীল হ’ব লাগে, ষ্টুডিঅ’ই নিজে ঠিক কৰে।

ফনেটিক কী-ব’ৰ্ড

  • লাচিত ফনেটিক: লাচিত কী-ব’ৰ্ডৰ একে নক্সা। k = ক, K = খ, a = া, A = আ, i = ি, Option+i = ী।
  • লাচিত InscriptPlus: InScript ধৰণৰ নক্সা (Ramdhenu-ৰ দৰে নিৰ্দিষ্ট কী)। দুয়োটাতে দুবাৰ Space = দাঁড়ি।
  • নিজৰ কী-ব’ৰ্ড (যেনে Puberun): কী-ব’ৰ্ড “বন্ধ” ৰাখি সদায়ৰ দৰে লিখক; বানান, অভিধান, কণ্ঠ সকলো চলিব।
  • ৰোমান লিপ্যন্তৰ: moi axomiya লিখক, মই অসমীয়া পাব। Space-এ প্ৰথম পৰামৰ্শ বহায়, Tab-এ আনটো বাছে, Esc-এ ৰোমানতে ৰাখে। আপুনি বাছি লোৱা শব্দ পিছলৈ প্ৰথমে আহে।
  • Alt+K কী-ব’ৰ্ড অন/অফ।

বানান আৰু অভিধান

  • বানান: লাচিত বানান পৰীক্ষকৰ ১,৫০০-ৰো অধিক নিয়ম; ইণ্টাৰনেট নালাগে। ভুল শব্দত ক্লিক কৰিলে শুদ্ধ ৰূপ দেখুৱায়।
  • অভিধান: শব্দত দুবাৰ ক্লিক কৰক। লাচিত অভিধান, শব্দকোষ (xobdo.org) আৰু English অভিধান। ইণ্টাৰনেট লাগে। “মোৰ শব্দ”ত ৰখা শব্দ অফলাইনতো থাকে।

এপ হিচাপে ৰাখক

  1. কণ্ঠলিপিৰ ফ’ল্ডাৰটো app.netlify.com/drop-ত টানি এৰক। লাচিত অভিধান ষ্টুডিঅ’ৰ ভিতৰত দেখুৱাবলৈ Netlify লাগে।
  2. Safari (Mac): File → Add to Dock। iPhone/iPad: Share → Add to Home Screen।
  3. Chrome, Edge, Brave: ঠিকনা-বাৰৰ ইনষ্টল চিহ্ন বা ওপৰৰ “এপ হিচাপে ৰাখক”।

Claude-ৰ সৈতে

  • Claude মেনু: লেখাটো (বা বাছনি কৰা অংশ) নিৰ্দেশসহ Claude Desktop বা claude.ai-ত খোলে। বিনামূলীয়া।
  • শুদ্ধ কৰক: অনলাইন হ’লে Claude বা Gemini-এ শুধৰায়; অফলাইনত নিয়ম অনুসৰি পৰিপাটি কৰে।

চৰ্টকাট

  • F2 আৰম্ভ / ৰখাওক (কী-ব’ৰ্ড বন্ধ থাকিলে Alt+Rও)
  • Alt+L ভাষা সলনি · Alt+K কী-ব’ৰ্ড
  • Alt+D বাছনি কৰা শব্দৰ অৰ্থ
  • Cmd/Ctrl+S TXT · Cmd/Ctrl+Z আনডু · Esc ৰখাওক

Mac-ত Alt মানে Option কি। লাচিত ফনেটিক অন থাকিলে Option+R-এ ঋ লিখে, সেয়ে তেতিয়া F2 ব্যৱহাৰ কৰক।

কণ্ঠ-নিৰ্দেশ

    কণ্ঠলিপি ষ্টুডিঅ’লৈ স্বাগতম

    কওকৰঙা মাইক বুটাম (বা F2) টিপি কথা কওক। প্ৰতিটো বিৰতিত লেখা বহে। প্ৰথমবাৰ অফলাইন ইঞ্জিন (৩২ MB) এবাৰ ডাউনল’ড হয়।
    লিখককী-ব’ৰ্ড বুটামত “লাচিত ফনেটিক” বা “ৰোমান লিপ্যন্তৰ” বাছক। moi axomiya লিখিলে মই অসমীয়া হয়।
    শুধৰাওকভুল বানানৰ তলত ঢৌৱা ৰেখা আহে; ক্লিক কৰিলে শুদ্ধ ৰূপ পাব। শব্দত দুবাৰ ক্লিক কৰিলে অভিধানত অৰ্থ ওলায়। শেষত Claude মেনুৱে বিদ্যায়তনিক ৰূপ দিয়ে।

    ওপৰৰ “সহজ” দৰ্শনত কেৱল পৃষ্ঠা আৰু তলৰ পাঁচটা বুটাম থাকে; “সম্পূৰ্ণ” দৰ্শনত ৰেকৰ্ডাৰ আৰু সহায়ক পেনেল।

    মোৰ কণ্ঠ পৰীক্ষা

    শুধৰণিৰ খতিয়ান

    কৃতজ্ঞতা

    কণ্ঠলিপি ষ্টুডিঅ’: পৰিকল্পনা আৰু নিৰ্মাণ মৃণাল জ্যোতি গোস্বামী (Designed & created by Mrinal Jyoti Goswami)।

    লাচিত (lachit.org): বানান পৰীক্ষকৰ নিয়ম, অসমীয়া ফনেটিক কী-ব’ৰ্ডৰ নক্সা আৰু অভিধান। নিৰ্মাতা মৃদুল কুমাৰ শৰ্মা। বিনামূলীয়া ব্যক্তিগত সংস্কৰণত তেখেতৰ অনুমতিসাপেক্ষে ব্যৱহৃত; সকলো স্বত্ব লাচিতৰ।

    শব্দকোষ (xobdo.org): অসমীয়া অভিধান, নিজা পৃষ্ঠাতে দেখুওৱা হয়।

    Shruti কণ্ঠ-চিনাক্তকৰণ মডেল: Udgam Labs, Apache-2.0।

    IndicConformer (AI4Bharat), ONNX ৰূপান্তৰ AAII: অসমীয়া কণ্ঠ-চিনাক্তকৰণ, CC-BY-4.0।

    IndicXlit (AI4Bharat), ONNX ৰূপান্তৰ AAII: ৰোমান-অসমীয়া লিপ্যন্তৰ, MIT।

    ONNX Runtime Web: Microsoft, MIT। Free Dictionary API (dictionaryapi.dev): ইংৰাজী অৰ্থ আৰু উচ্চাৰণ। Noto ফণ্ট: Google, OFL।